অগ্ৰিমঅগ্ৰ্য

অগ্ৰিম জমানত (Assamese) [ Roman: o.grim jo.ma.not]
Contributed by: Rupankar Mahanta on 2006-11-29
1. (Abstract Noun) An order of court that prohibits arrest of a person against whom an arrest warrant had been issued and was likely to be arrested এজন ব্যক্তিক কৰায়ত্ত কৰাত ন্যায়ালয়ে দিয়া বাধা নিষেধ, যাৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা জাৰি হৈছে বা যাক গ্রেপ্তাৰ কৰাৰ সম্ভাৱনা আছে